দক্ষিণ কামৰূপত আৰম্ভ হ’ল ৰাস মহোৎসৱ
মিৰ্জা, নৱেম্বৰ ৩: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ৰাস মহোৎসৱ৷ ঠিক তাৰেই ব্যতিক্ৰম নহয় দক্ষিণ কামৰূপ৷ দক্ষিণ কামৰূপৰো ভিন্ন ঠাইত বিভিন্ন আয়োজনেৰে আজিৰ পৰা অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ৷ দক্ষিণ কামৰূপৰ মিৰ্জা, বঙৰা, পলাশবাৰী, ৰামপুৰ আৰু ছয়গাঁৱত ব্যাপক …