নামতিত অসম ভিত্তিত ভাওনা-দিহানাম প্রতিযোগিতা আয়োজন
শিমলুগুৰিৰ, নৱেম্বৰ ২: শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “শিপা”ৰ উদ্যোগত আৰু আঠখেল, দোপদৰ, শলগুৰিৰ মৌজাৰ ৰাইজৰ সহযোগত ৯ দিনীয়া কার্যসূচীৰে সদৌ অসম ভিত্তিত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ মহান সৃষ্টি “ভাওনা” আৰু “মুকলি দিহানাম প্রতিযোগিতা” অনুষ্ঠিত হ’ব। ২৮ জানুৱাৰীৰ …