খাপলাং কাই আৰু নাই
গুৱাহাটী, ১৬ অক্টোবৰঃ খাপলাং কাই খ্যাত ৰাহুল দাস আৰু নাই। কেবা দশক ধৰি কৌতুক অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগোৱা বিশিষ্ট অভিনেতা ৰাহুল দাসে নিশা ১২.১৫ত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে৷ বিশিষ্ট অভিনেতা ৰাহুল দাসে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ বিগত কেবাদিন …