বৰহাট সাপ্তাহিক বজাৰত অগ্নিকাণ্ডঃ দোকানসহ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত
বৰহাট, ১১ অক্টোবৰঃ চৰাইদেউৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট সাপ্তাহিক বজাৰগৃহত পুৱতি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, পুৱতি নিশা প্ৰায় ২.৩০ বজাত সাপ্তাহিক বজাৰগৃহত অগ্নিকাণ্ড সংঘটিত হয়৷ দপদপকৈ জ্বলি উঠা জুইৰ পোহৰৰ লগতে শব্দ শুনি স্থানীয় …