যোৰহাটৰ নৰ্থ ইষ্ট টেকন’লজিত অগ্নিকাণ্ড
যোৰহাট, ১৫ ছেপ্টেন্বৰঃ যোৰহাটৰ গড়আলিস্হিত নৰ্থ ইষ্ট টেকন’লজি নামৰ বিপনীত পুৱতি নিশা চৰ্ট চাৰ্কিটৰ ফলত জুই লগাত লক্ষাধিক টকাৰ সম্পতি অগ্নিদগ্ধ হয়৷ প্ৰাপ্ত তথ্য মতে, পুৱতি নিশা প্ৰায় ১.৩০ বজাত এই ঘটনা সংঘটিত হয়৷ বিপনীখনৰ স্বত্বাধিকাৰী মনোজ ঘোষে জানিবলৈ দিয়া …