সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ বৈঠকত অংশগ্ৰহণ বাতিল ম্যানমাৰৰ নেতা আংগছানছুকীৰঃ ম্যানমাৰত ৰোহিঙীয়াৰ ওপৰত অত্যাচাৰৰ অভিযোগ শ্বেখ হাছিনাৰ
অনলাইন ডেস্ক সংবাদ ডেস্ক, ১৩ ছেপ্টেম্বৰঃ ৰোহিঙীয়া মুছলমানৰ ওপৰত ম্যানমাৰত সংঘটিত হিংসাত্মক ঘটনাই সমগ্ৰ বিশ্বজুৰি বিশেষ চৰ্চ্চা লাভ কৰা সময়তে ম্যানমাৰৰ নেতা তথা নবেল বঁটা বিজয়ী আংগ ছান ছু কীয়ে চলিত মাহত অনুষ্ঠিত হ’বলগীয়া সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ বৈঠকত অংশগ্ৰহণৰ সিদ্ধান্ত বাতিল …