বৰপেটাত ভূমি বিবাদক কেন্দ্ৰ কৰি ভাতৃক হত্যা
কলগাছিয়া, ৫ ছেপ্তেম্বৰঃ বৰপেটাৰ বাংলীপাৰাত নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত হোৱা সংঘৰ্ষত এজন ভাতৃয়ে কৰুণ মৃত্যুক সাৱতি লয়৷ প্ৰাপ্ত তথ্য মতে, বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত বাংলীপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি নিশা …