নগাঁও কাণ্ডক সমালোচনা বেংগলী যুৱ ছাত্ৰ পৰিষদৰ
কলগাছিয়া ৩ চেপ্টেম্বৰঃ অসম চৰকাৰৰ দূৰ্বল নেতৃত্বৰ বাবেই হিন্দু বাঙালী লগত আন জাতি জনগোষ্ঠীৰ সংঘাতৰ উদ্ভৱ হৈছে আৰু ই সাতোমপুৰুষীয়া ঐক্য ভাতৃত্ববোধ বিনষ্ট কৰিছে। ৰাজ্যত অগ্নিগৰ্ভ পৰিৱেশ সৃষ্টি হোৱাৰ মূলতে হৈছে বহু আশাৰে ভোট দি নিৰ্বাচিত চৰকাৰৰ ব্যৰ্থতা। এই অভিযোগ …