দক্ষিণ শালমাৰাত চোৰাং গৰু ব্যৱসায়ী আটক
দক্ষিণ শালমাৰা, ৩১ আগষ্টঃ দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই এজন চোৰাং গৰু ব্যৱসায়ীক আটক কৰে৷ আটকাধীন গৰু ব্যৱসায়ীজন হাৱালা ফুলবৰ আলি বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, হাৱালা ফুলবৰ আলি বাংলাদেশত গৰুৰ চোৰাং বেহাত জড়িত আছিল৷ দক্ষিণ …