পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা তৃণমূল কংগ্ৰেছৰ
গুৱাহাটী, ২৯ আগষ্টঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনত সুকীয়াকৈ প্ৰতিদ্বন্দিতা আগবঢ়াব অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে৷ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক সোণাৰুল শ্বাহ মুস্তাফাই দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰি কৰে৷ তেওঁ সংবাদমেলত কয় যে, ইতিমধ্যে তৃণমূল কংগ্ৰেছে প্ৰতিটো …