সাংবাদিক ৰীমা শৰ্মাৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন সাংবাদিক, দল সংগঠনৰ শোক প্ৰকাশ
গুৱাহাটী, ২৭ আগষ্টঃ সাংবাদিক ৰীমা শৰ্মাৰ আকস্মিক মৃত্যুত ৰাজ্যৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাব, দিছপুৰ প্ৰেছ ক্লাবৰ লগতে আমছু, আপকু, দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱ আৰু ৰাজ্যৰ সকলো প্ৰেছ ক্লাৱে প্ৰয়াত সাংবাদিকগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা …