ৰঙিয়াক ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰা ক্ষুদ্ৰ চাহ ব্যৱসায়ী বাসু চন্দ্ৰক সম্বর্ধনা
ৰঙিয়া, ২০আগষ্টঃ ৰঙিয়াৰ ৰাজহুৱা বাছ ষ্টেণ্ডত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ পৰা চহৰখনক ৰক্ষা কৰা ক্ষুদ্ৰ ব্যৱসায়ী বাসু চন্দ্ৰক সম্বর্ধনা জনোৱা হয়। উল্লেখ্য যে ৰঙিয়াৰ ৰাজহুৱা বাছ ষ্টেণ্ডত অলপতে নিশা প্ৰায় ৩ বজাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাই কম সময়ৰ ভিতৰতে তিনিখন …