ভাৰতত প্ৰকল্প সম্প্রসাৰণত ব্রীজ ষ্ট’নে বিনিয়োগ কৰিব ৩০৪.৩ মিলিয়ন মার্কিন ডলাৰ
গুৱাহাটী, ১০ জুলাইঃ বিশ্বৰ আগশাৰীৰ টায়াৰ আৰু ৰবৰ কোম্পানী ব্রীজষ্ট’ন কর্পোৰেছনৰ এটা গোট বীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডে পুনে (ছাকান) আৰু ইন্দােৰ (খেদা)ৰ প্ৰকল্প সম্প্রসাৰণৰ বাবে ৩০৪.৩ মিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰাৰ ঘোষণা কৰিছে। বীজষ্ট’ন ইণ্ডিয়া প্রাইভেট লিমিটেডে ২০১৭ চনৰ পৰা …