কন্যাকুমাৰী সাগৰত টিংখাঙৰ যুৱক নিৰুৰ্দ্দেশ
টিংখাং, ৯ আগষ্টঃ ডিব্ৰুগড়ৰ টিংখাঙৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ৪ নং চপাতলীৰ এজন যুৱক কন্যাকুমাৰীৰ সাগৰত মাছ মাৰোঁতে ৰহস্যজনকভাৱে নিৰুৰ্দ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, চপাতলীৰ মীনাৰাম দুৱৰা আৰু অণিমা দুৱৰাৰ মাজু পুত্ৰ ত্ৰৈলোক্য দুৱৰাই …