শিক্ষা বিষয়াৰ ভূমিকাত চিআৰচিচি
কলগাছিয়া, ৫ আগষ্টঃ বৰপেটাৰ ৰূপসী শিক্ষাখণ্ডত চিআৰচিচিয়ে প্ৰাৰ্থীৰ পৰা অবৈধ ভাৱে টকা লৈ বিভাগীয় অনুমোদন নোহোৱাকৈ পৰিচালনা সমিতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত তথ্য মতে, ৰাজ্যৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কলগাছিয়া সমল কেন্দ্ৰ সম্বন্ধয়ক মহম্মদ আলীয়ে গুনিয়ালগুৰি প্ৰাথমিক বিদ্যালয়ৰ এছএমচি …