মিৰা কুমাৰ Vs ৰামনাথ কোবিন্দ

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২২ জুনঃ এনডিএৰ ৰামনাথ কোবিন্দৰ বিপৰীতে ইউপিএৰ মিৰা কুমাৰ। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে এনডিএৰ ফালৰ পৰা ৰামনাথ কোবিন্দৰ নাম ঘোষণা কৰাৰ পিছতেই ইউপিএ ফালৰ পৰা পূৰ্বৰ লোকসভা অধ্যক্ষ মীৰা কুমাৰৰ নাম ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি …

ৰেলৱেত নিযুক্তিৰ ক্ষেত্ৰত থলুৱা প্ৰাৰ্থীক বঞ্চনা

ৰহা, ২২ জুনঃ উত্তৰ পূব সীমান্ত ৰেলৱেত তৃতীয় বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰেলৱেত কমাৰ্চিয়েল এপ্ৰেনটিচ পদৰ বাবে গুৱাহাটীৰ ৰেলৱেৰ নিযুক্তি বৰ্ডে প্ৰকাশ কৰা ৫১ জনীয়া তালিকাত এজনো থলুৱা প্ৰাৰ্থী নাম নথকাৰ …

নিউ ইণ্ডিয়া চেম্পিয়নশ্বিপ শীৰ্ষক প্রতিযোগিতাৰ আয়োজন

নতুন ভাৰত নির্মাণৰ অংশীদাৰ হ’বলৈ নাগৰিকক আহ্বান নতুন দিল্লী, ২১ জুনঃ ভাৰতৰ চৰকাৰৰ বৈদ্যুতিক আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ দেশৰ নাগৰিকক জড়িতকৰণৰ মঞ্চ MyGov.in য়ে নিউ ইণ্ডিয়া চেম্পিয়নশ্বিপ শীৰ্ষক এক প্রতিযোগিতাৰ আয়োজন কৰিছে৷ এই প্রতিযোগিতাৰ লক্ষ্য হৈছে ভাৰতৰ নাগৰিকক জড়িত কৰি তেওঁলোকৰ …

একেৰাহে ৪৪ বছৰ হাত দাঙি থকা বাবা

গুৱাহাটী, ২২ জুনঃ অম্বুবাসী মেলা উপলক্ষে কামাখ্যা মন্দিৰত ভিৰ কৰিছে লাখ লাখ ভক্তই। ভৰি পৰিছে কামাখ্যা মন্দিৰ সাধু-সন্যাসী আৰু বাবায়ে। মন্দিৰ প্ৰাঙ্গনৰ লগতে সমগ্ৰ গুৱাহাটী মহানগৰী তথা ইয়াৰ কাষৰীয়া অঞ্চলতো মাৰ আশীষ বিচাৰি ভিৰ কৰিছে ভক্ত আৰু বাবাই। এই  বাবাসকলৰ …

মালয়বাৰীৰ কলং নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

সোণাপুৰ, ২২ জুনঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ কলং নৈত পুৱা এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুহৰি, পুৱা প্ৰায় ৬ বজাত স্থানীয় লোকে কলং নৈত উপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ …

সোণাপুৰত শিশুৰ স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

সোণাপুৰ, ২২ জুনঃ শিশুৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সোণাপুৰত কিডজীৰ উদ্যোগত গুৱাহাটী আৰু সুচিনী মেডিকজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷ সোণাপুৰৰ কিডজীৰ কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত শতাধিক শিশু ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য …

ৰঙিয়া ষ্টেচনত কেৰেলাৰ মহিলা যাত্ৰীক লুট

ৰঙিয়া, ২২ জুনঃ ধন লুট আৰু ডকাইতিৰ দৰে অপৰাধৰ ট্ৰানজিট পইন্টত পৰিণত হৈছে ৰঙিয়া। ৰঙিয়াৰ ৰেল ষ্টেচনত ইৰানী গ্ৰুপৰ এজন সদস্যই দিন দুপৰতে যাত্ৰীৰ পৰা ধন ভৰ্তি বেগ লৈ পলায়ন কৰে। প্ৰাপ্ত তথ্য অনুহৰি, অৰুণাচল প্ৰদেশলৈ যাবলৈ অহা এগৰাকী কেৰেলাৰ …

পুনৰ কৃত্ৰিম বানত মহানগৰীঃ বিদ্যুৎপৃষ্ট হৈ নিহত-১

গুৱাহাটী, ২২ জুনঃ নিশাটোৰ ভিতৰতে অহা এজাক মুষলধাৰ বৰষুণে গুৱাহাটীত সৃষ্টি কৰা কৃত্ৰিম বানৰ ফলত দুলাল মালাকৰ নামৰ এজন লোক বিদুৎপৃষ্ট হৈ মৃত্যুৰ মুখত পৰে৷ প্ৰাপ্ত তথ্য অনুহৰি, নিহত দুলাল মালাকাৰ ঘৰ কামৰূপৰ ডিমুৰ সমীপৱৰ্তী বাহাৰঘাটত৷ কেএফচিৰ কৰ্মচাৰী দুলালে নিশা …

যুৱ নেতা মুক্তি নাথ গুৱালাৰ মৃত্যু

তিতাবৰ, ২১ জুনঃ বোকাখাতৰ লতাবাৰীত পুৱতি নিশা সংঘটিত এক  পথ দুৰ্ঘটনাত তিতাবৰৰ পাণবাৰীৰ ৰতনপুৰৰ নিবাসী চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক মুক্তি নাথ গুৱালাৰ মৃত্যু হয়। গুৱালাৰ মৃত দেহ ঘৰ আহি পোৱাৰ পিছতে কৃষক নেতা অখিল গগৈৰ লগতে বিভিন্ন …

অবৈধ বালিৰ মহল উৎখ্যাত

যোৰাহাট, ২১ জুনঃ যোৰাবাটৰ ১৪ মাইলত সোণাপুৰা আঞ্চলিক বন বিভাগ আৰু মৰগদোলা বন বিভাগে যুটীয়া ভাবে অভিযান চলাই বহুত কেইটা অবৈধ বালিৰ মহল উৎখ্যাত কৰে৷ প্ৰাপ্ত তথ্য অনুহৰি, বন বিভাগে এক গোপন সূত্ৰৰ ভিত্তিত যুটীয়াভাবে মৰগদোলাৰ সোনাইগাওঁ, জোগোকুছি আৰু আছিবোত গোপন …