অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদান শীৰ্ষক আলোচনা চক্ৰ
গুৱাহাটী, ২১ জুনঃ জাপৰিগোগৰ কৃষ্ণনগৰ উদ্যান সংঘত এখনি সভাৰ আয়োজন কৰা হয়৷ বিনয় কুমাৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদান শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ বিশিষ্ট লেখক ৰাম কুমাৰ বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিষ্ণু …