পৰিবেশ গঢ়াৰ আহ্বানঃ এজাক বনৰীয়া হাতীৰ

গুৱাহাটী, ৫ জুনঃ পাঁচ জুনত সমগ্ৰ বিশ্বজুৰি পৰিবেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিবেশ দিৱস উদযাপন কৰা হয়। এই দিনটোত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপনৰ লগতে সজাগতা বৃদ্ধিৰ কাৰণে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। আজি এই দিনটোতে বিভিন্ন চৰকাৰী-বেচৰকাৰী সন্থাৰ …

ঐতিহাসিক কনচেং বৰপাত্ৰ পথৰ জৰাজীৰ্ণ ৰূপ

বৰহাট, ৫ জুনঃ ঐতিহাসিক চৰাইদেউৰ ধোদৰ আলিৰ গড়কাপ্তানী পথটোৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলবাসীৰ দুৰ্ভোগ ভোগাইছে৷ ধোদৰ আলিৰ পৰা পূৱ দিশে বৰহাট চাহ বাগিচাৰ মাজেৰে প্ৰায় তিনি কিল’মিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক কনচেং বৰপাত্ৰ পুখুৰী সংযোগী পথছোৱা গড়কাপ্তানী বিভাগৰ চূড়ান্ত গাফিলতিত সৰ্ম্পূণ ৰূপে জহি-খহি …

আজিৰ নিয়োগ বাৰ্তা

এপিএছচিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ইঞ্জিনীয়াৰিং কলেজ আৰু পলিটেকনিকত ৩৫৩টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ২৭ জুন সবিশেষ যোগাযোগঃ www.apsc.nic.in   নগাঁৱত সংস্কৃত শিক্ষকৰ ৪৬টা পদত নিযুক্তি বিদ্যালয়সমূহৰ নাম আৰু আৱেদনৰ বাবে প্ৰয়োজনীয় সকলো তথ্য জানিবৰ বাবে মাধ্যমিক শিক্ষাৰ সঞ্চালকৰ ৱেবছাইট : www.madhyamik.in …

গৰৈমাৰীত কিশোৰীৰ আত্মহত্যা

সোণতলী, ৪ জুনঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰভিটাত যোৱা নিশা ৰহস্যজনকভাৱে চিপলৈ এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে আলিকাষ গাঁও নিবাসী ছোইনুদ্দিনৰ কন্যা ৰাবিয়া খাতুনে (১৪) সৰুৰে …

পথ নিৰ্মাণত দুৰ্নীতি-উপায়ুক্তৰ তদন্ত

লংকা, ৪ জুনঃ ৰাজ্যৰ প্ৰায় সংখ্যক উন্নয়নখণ্ডৰ অধীনস্থ পঞ্চায়ত ৰাজ ব্যৱস্থাত বৰ্তমান চলি আছে এটাৰ পিছত আনটো বিয়াগোম দুৰ্নীতি৷ পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি খণ্ড উন্নয়ন বিষয়া, অভিযন্তা সকলোৱে দুৰ্নীতিৰ সৈতে জড়িত৷ তাৰেই এটা জলন্ত উদাহৰণ লংকাৰ উদালী উন্নয়ন খণ্ডৰ …

খৈৰানীত বোৱতী জলসিঞ্চন প্ৰকল্প মুকলি

বাস্কা, ৪ জুনঃ ভাৰত ভূটান সীমান্তৰ খৈৰানীত বোৱতী জলসিঞ্চন প্ৰকল্পটো জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তই মুকলি কৰে। এআইবিপি আঁচনিৰ অধীনত প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে ভাৰত ভূটান সীমান্তৰ খৈৰানীত ২০১২ চনত এই বোৱতী জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণ কাম আৰম্ভ কৰা হৈছিল৷ …

মহানগৰীৰ পৰিবেশঃ ক’ত গ’ল চৰাইৰ জাক

ছৰফৰাজ খান, ৪ জুনঃ ৫ জুন বিশ্ব পৰিবেশ দিৱস। পৃথিৱীৰ পৰিবেশ যাতে জীৱকূলৰ বাবে উপযোগী হৈ থাকে ইয়াৰ বাবে এই দিনটোত পৰিবেশ সংৰক্ষণৰ দিন হিচাপে ঘোষনা কৰি পৰিবেশ জীৱকূলৰ উপযোগী কৰি ৰাখিবলৈ বিভিন্ন কাৰ্যসূচী পালন কৰা হয়৷ নিজ স্বাৰ্থৰ বাবে …

সোণাপুৰ, মানিকপুৰত ভয়াবহ পথ দুৰ্ঘটনাঃ নিহত২, আহত-৫

সোণাপুৰ/মানিকপুৰ ৩ জুনঃ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলেজ গেটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে এগৰাকী মহিলা গুৰুত্বৰ ভাবে আহত হয়৷ প্ৰাপ্ত তথ্য অনুহৰি, সোণাপুৰৰ বৰখাট গাঁও পঞ্চায়তৰ এখন সভাত অংশগ্ৰহণ …

চাইবাৰ অপৰাধীৰ কৱলত নলবাৰী

নলবাৰী, ৩ জুনঃ ৰাজ্যত চাইবাৰ ক্ৰাইমৰ সংঘটিত হৈ থকাৰ সময়তে নলবাৰীৰ ঘগ্ৰাপাৰৰ এনে এক চাইবাৰ ক্ৰাইমৰ ঘটনা পোহৰলৈ আহিছে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এগৰাকী লোকৰ SBI একাউন্টৰ পৰা কোনো দুষ্ট চক্ৰই কৌশলৰে উলিয়াই নিলে নগদ ৭৪ হাজাৰ টকা। চাৰিবাৰকৈ চক্ৰটোৱে কৌশলৰে …

সোণতলীত ৬ কোটি টকীয়া গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ

সোণতলী, ৩ জুনঃ চৰকাৰৰ দ্বাৰা বাৰে বাৰে প্ৰতাৰণাৰ বলি হোৱা বকো সমষ্টিৰ নৈপৰীয়া অঞ্চল পানীখাইতিৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে অৱশেষত পুঁজিৰ আৱন্টন দিছে ৷ প্ৰাপ্ত তথ্য মতে, কামৰূপ জিলাৰ সোণতলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে  ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে …