এছপিঅ’ৰ প্ৰতিবাদ
গুৱাহাটী, ২৪ মেঃ অসম বিশেষ আৰক্ষী জোৱান (এছপিঅ’)সকলক শীঘ্ৰে এআইএছএফ বেটেলিয়নত নিযুক্তি দিয়া আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অন্যায়ভাবে জাপি দিয়া গোচৰ উঠাই দিয়াৰ দাবীত অসম বিশেষ আৰক্ষী বিষয়া কল্যান সমিতিয়ে মহানগৰীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৰ সভাপতি দিলীপ শইকীয়া আৰু …