গৰৈমাৰীত বিবাহিতা কিশোৰী কন্যাৰ আত্মহত্যা
সোণতলী, ১৪ এপ্ৰিলঃ বিভিন্ন অপৰাধ, অন্ধবিশ্বাস আৰু কুসংস্কাৰে জৰ্জৰিত হৈ থকা ৰাজ্যখনত এতিয়াও প্ৰায়ে দেখিবলৈ পোৱা যায় বাল্য বিবাহ নিচিনা সামাজিক ব্যাধি৷ আৰক্ষী, প্ৰশাসন সকলো বিফল বাল্য বিবাহৰ দৰে গুৰুত্বৰ অপৰাধ নিয়ন্ত্ৰণত৷ কিছু বেচৰকাৰী সংগঠন আৰু ছাত্ৰ সংগঠনৰ তৎপৰতাত ৰাজ্যখনত …