ভেকচিনৰ আতংক
সোণতলী, ১৫ মেঃ হাজোৰ পিছত এইবাৰ দক্ষিণ কামৰূপৰ সোণতলী, বৰপেটাকে ধৰি ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ভেকচিনৰ উৰাবাতৰিয়ে আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে৷ ভেকচিনৰ ভয়ত বিদ্যালয় এৰি পলায়ন কৰিছে সোণতলী গৰৈমাৰী, নগৰবেৰা, বৰপেটাকে ধৰি সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে৷ শিক্ষাৰ্থী শূণ্য হৈ …