যোগী চৰকাৰক নতুন কছাইখানাৰ অনুজ্ঞাপত্ৰ দিয়াৰ আদেশ

উত্তৰ প্ৰদেশ, ১২ মেঃ উত্তৰ প্ৰদেশত বিজেপি চৰকাৰ গঠনৰ পিছতে অবৈধ কছাইখানা বন্ধ কৰিছিল মুখ্যমন্ত্ৰী যোগীয়ে৷ ইয়াৰ পিছতে কছাইখানাৰ অনুজ্ঞাপত্ৰ লাভ কৰাটো অতিকৈ কঠিন হৈ পৰিছিল উত্তৰ প্ৰদেশত৷ কিন্তু উত্তৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়ে কছাইখানা অনুজ্ঞাপত্ৰক লৈ ৰাজ্যখনৰ যোগী চৰকাৰলৈ জাৰি …

ৰঙিয়াত দিন দুপৰতে ডকাইতি

ৰঙিয়া, ১২ মেঃ ৰঙিয়াৰ জনলক্ষ্মী বিত্তীয় প্ৰতিস্থানৰ এজেন্ট এজনৰ পৰা ডকাইতে লুটিলে লক্ষাধিক টকা৷ বাইকত অহা ৫ জনীয়া ডকাইতৰ দলে দিনতে অস্ত্ৰ দেখুৱাই এজেন্ট জনৰ পৰা লুটি নিয়ে লক্ষাধিক টকা৷ বিত্তীয় প্ৰতিস্থানটোৰ এজেন্ট মাইনুদ্দিন আহমেদে গোপালপুৰৰ পৰা ঋণৰ ধন সংগ্ৰহ …

কন্যা-মহিলা কল্যান আঁচনি

ভাৰতবৰ্ষত এতিয়াও মহিলাসকল নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত৷ এফালে মহিলাই পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে নিজৰ দক্ষতা প্ৰমাণ কৰিছে যদিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অধিকাংশ মহিলা এতিয়াও অৱহেলিত৷ ঠাই বিশেষে আইন ভঙ্গ কৰি বিভিন্ন চিকিৎসালয়ত গোপনে ভ্ৰণ পৰীক্ষণ কৰি তথা কন্যা সন্তান …

পৃথক বড়োলেণ্ড গঠনৰ দাবীত প্ৰতিবাদ

কোকৰাঝাৰ, ১২ মেঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি আৰু পিজেএচিবিএময়ে কোকৰাঝাৰৰ শিশু খেলপথাৰত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে পুৱা ১০ বজাৰ পৰা দুপৰীয়া …

ৰ’বটিক পদ্ধতিৰে শিক্ষাদান

গুৱাহাটী, ১১মেঃ পুৰণিকলীয়া শিক্ষাব্যৱস্থা বাস্তৱ সন্মতভাবে শিক্ষার্থীক সৰু সৰু ৰ’বটৰ দ্বাৰা প্রেষ্টিকেল্পী শিক্ষাদানেৰে অতি সহজ ভাবে শিকোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে বাঙ্গালুৰুৰ স্কাইৰিম ইন’ভেশ্বন প্ৰাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটােৱে৷ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ Atal Tinkering Lab আঁচনিৰ জৰিয়তে এই প্রতিষ্ঠানটােৱে প্ৰথমবাৰৰ বাবে ৰ’বটিক পদ্ধতিৰ …

শিৱসাগৰত চাইবাৰ অপৰাধীৰ দপদপনি

শিৱসাগৰ, ১১ মেঃ অসম আৰক্ষীক আধুনিকৰণৰ লগতে ন-ন প্রযুক্তিৰে সাজু কৰি তুলিবৰ বাবে চৰকাৰ-প্ৰশাসনে চলাই থকা সকলো প্রচেষ্টাক মুকলিকৈ উপহাস কৰি অহা চাইবাৰ অপৰাধীৰ ভয়ানক জালত পৰিছে শিৱসাগৰ জিলাৰ বিভিন্ন প্রান্তৰ জনসাধাৰণ। দিন ডকাইতকৈয়ো ভয়াবহ ৰূপ ধাৰণ কৰা চাইবাৰ অপৰাধীয়ে আৰক্ষীৰ …

প্ৰসিদ্ধ গোৱালপৰীয়া সঙ্গীত শিল্পীৰ দেহৱসান

ডিমৰীয়া, ১১ মেঃ গোৱালপৰীয়া সঙ্গীত শিল্পী আব্দুল ছালামৰ সোমবাৰে নিশা ৮.৩০ বজাত নিজ বাসগৃহত দেহৱসান হয়৷ আব্দুল ছালাম বিগত এমাহৰ ধৰি টিবি ৰোগত আক্ৰান্ত আছিল আৰু মৃত্যুৰ  দুদিন পূৰ্বে ব্ৰেনই স্টোক হৈ জি এন আৰ চি আৰু ডাউন টাউন চিকিৎসালয়ত চিকিৎসাধীন …

জুবিন-কুসুমৰ সংগীতানুষ্ঠান চাবলৈ আহি নিহত-২

নাৰায়ণপুৰ,১১ মেঃ লক্ষীমপুৰৰ নাৰায়নপুৰত সংগীতানুষ্ঠান চাবলৈ আহি এক দুৰ্ঘটনাত দুজন যুৱকে কৰুণ মৃত্যুক সাৱতি লয়৷ নাৰায়নপুৰত জুবিন গাৰ্গ আৰু বিহপুৰীয়াত লাটুমণি-কুসুম কৈলাসৰ সংগীতানুষ্ঠান চাবলৈ আহোতেই নাৰায়ণপুৰৰ চৈধ্যপুনিয়াত দুখন বাইকৰ মাজত মুখামুখি সংৰ্ঘষ হয়৷ দুৰ্ঘটনাত ইমানেই ভয়াবহ আছিল যে দুয়োজন বাইক আৰোহী …

ৰাজ্যজুৰি শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ

বৰপেটা, ১১ মেঃ মাদ্ৰাছা সঞ্চালকালয় বিলুপ্তি কৰিব লাগে বুলি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে মুছলিম ছাত্ৰ সন্থা৷ শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিবাদত মুছলিম ছাত্ৰ সন্থাই ৰাজ্যজুৰি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে৷ ছাত্ৰ …

বৰপেটাৰোড পৌৰসভাত ব্যাপক দুৰ্নীতি : প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত পৌৰ কৰ্মচাৰী

কেৱল পৌৰবোৰ্ডৰ প্ৰস্তাৱ লৈয়েই নীতি বৰ্হিভূতভাৱে দহগৰাকী লোকক নিযুক্তিসহ নিয়মীয়াকৈ দৰমহা প্ৰদান   প্ৰতিবেদন ১   বৰপেটাৰোড, ১০ মেঃ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বাণিজ্যনগৰী বৰপেটাৰোড পৌৰসভাত অব্যাহত আছে এটাৰ পিছত এটাকৈ দুৰ্নীতি৷ বিগত কালছোৱাত বিজেপি নেতৃত্বাধীন বৰপেটাৰোড পৌৰসভাৰ সভাপতি দিলীপ সাহাই একাধিক …