গেৰুৱা ছাতিৰ তলত নিৰাপদ গাঁও পঞ্চায়তৰ সভাপতি
সোণতলী, ২০ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ২ নং হাতীশলা ভলুকাৱাড়ী গাঁওপঞ্চায়তৰ সভাপতি আক্ৰাম হোছেইনৰ বিৰুদ্ধে ৰাজহুৱা ধন আত্মসাতৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় ৰাইজে এই দুৰ্নীতিগ্ৰস্থ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত কেবাটাও গোচৰ দাখিল কৰাৰ পিছতো …