মনোজ কুমাৰ আগৰৱালাক গুৱাহাটী গোশালাৰ ট্ৰাষ্টী হিচাপে মনোনীত
গুৱাহাটী : গুৱাহাটীৰ প্ৰখ্যাত উদ্যোগপতি তথা সমাজকর্মী মনোজ কুমাৰ আগৰৱালাক গুৱাহাটী গোশালাৰ ট্ৰাষ্টী হিচাপে মনোনীত কৰা হৈছে। গুৱাহাটী গোশালাত এখন ট্রাষ্ট ব’ৰ্ডৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। গুৱাহাটী গোশালাৰ অধ্যক্ষ কৈলাশ লোহিয়াৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকত ভাৰপ্ৰাপ্ত ট্রাষ্টী অশোক ধনুকা …