গুৱাহাটী গৌশালাত ৩০ এপ্রিলত বাবা শ্যাম ভজন সন্ধ্যা
গুৱাহাটী : গুৱাহাটী গৌশালাত ৩০ এপ্রিলত বাবা শ্যাম ভজন সন্ধ্যা। ভক্তিমূলক গায়ক সঞ্জয় মিত্তাল কলকাতাৰ বিবেক শৰ্মাই পৰিৱেশন কৰিব ভজন। মহানগৰীৰ আঠগাঁৱস্থিত গুৱাহাটী গৌশালাৰ বৃন্দাবন গার্ডেনত ৩০ এপ্রিলত ‘এটি সন্ধিয়া শ্রীশ্যাম প্ৰভুৰ নামত’ৰ শীৰ্ষক কাৰ্যসূচীৰে ভজন সন্ধ্যা আয়োজন কৰা হ’ব। …